সমললৈ যাওক

জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা


১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

জুলাই গ্ৰেগৰীয় বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ সপ্তম মাহ। এই মাহত মুঠ ৩১ দিন।

ৰোমান সেনাপতি জুলিয়াছ চিজাৰ এই মাহত জন্মগ্ৰহণ কৰিছিল। সেয়ে তেওঁৰ নামানুসাৰে এই মাহৰ নাম জুলাই ৰখা হৈছে।

ৰুবী ৰত্ন
জুলাই মাহৰ জন্মশিল হৈছে ৰুবি , যি সন্তুষ্টিৰ প্ৰতীক।
নীলা ডেলফিনিয়াম
নীলা ডেলফিনিয়াম
বগা জল শেৱালি
ইয়াৰ জন্মৰ ফুল হ'ল লাৰ্কস্পাৰ আৰু জলশেৱালি৷

ৰাশিবোৰ হ’ল কৰ্কট ৰাশি (২২ জুলাইলৈকে) আৰু সিংহ ৰাশি (২৩ জুলাইৰ পৰা)।[1][2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. The Earth passed the junction of the signs at 08:36 UT/GMT July 22, 2020, and will pass it again at 14:26 UT/GMT July 22, 2021.
  2. Astrology Calendar, https://www.yourzodiacsign.com/calendar/ . Signs in UT/GMT for 1950–2030.